Begin typing your search above and press return to search.

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গৱেষণা সহযোগীৰ প্ৰয়োজন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ে গৱেষণা সহযোগী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গৱেষণা সহযোগীৰ প্ৰয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-06-22T16:26:58+05:30

খালী পদৰ সংখ্যাঃ খালী পদৰ সংখ্যাঃ ০১টা।

বিভাগ-বুৰঞ্জী।

দৰমহাঃ মাহিলী ২০ হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৩-০৭-২০২১।

আবেদনৰ মাচুলঃ ১০০টকা।

আবেদন জনোৱাৰ প্ৰক্ৰিয়াঃ অনলাইন।

কামৰ প্ৰকৃতিঃ ঠিকাভিত্তিক।

শিক্ষাগত অৰ্হতাঃ কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত হিউমেনেটিজ বা সমাজবিজ্ঞানৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী থকা হব লাগিব। টাই অথবা ইংৰাজী ভাষাত দক্ষতা থকা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পাব। তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ জ্ঞান থাকিব লাগিব। আবেদনৰ প্ৰক্ৰিয়াঃ প্ৰাৰ্থীয়ে www.dibru.ac.in-ৰ পৰা আবেদনপত্ৰ ডাউনলোড কৰিব পাৰিব। আবেদনকাৰীয়ে ডিমাণ্ড ড্ৰাফট বা মানি ৰিচিপ্টয়োগে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ হকে এশ টকা জমা দিব লাগিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story