ডিষ্ট্ৰিক হেল্থ ছোচাইটি , তিনিচুকীয়া নিযুক্তি ২০২০
পদৰ নাম - লেবৰটৰী টেকনিচিয়ান
পদৰ সংখ্যা - ০৫
অৰ্হতা - দ্বাদশ উৰ্ত্তীণ লগতে লেবৰটৰী টেকনিচিয়ানৰ চাৰ্টিফিকেট থাকিব লাগিব ।
দৰমহা- ১৬,৫০০
কেনেদৰে আবেদন জনাব : প্ৰাৰ্থীয়ে উপযুক্ত নথি পত্ৰ সমূহ তলৰ ঠিকনাত প্ৰেৰণ কৰিব লাগিব --
Time: 10:00 AM onwards
Registration Time: 9:00 AM to 12 Noon
Venue: Office of the District Programme Management Unit Tinsukia.
অন্তিম তাৰিখ - ৫ -০৬-২০২৯
অধিক জানিবৰ বাবে : click here