Begin typing your search above and press return to search.
সাংস্কৃতিক পৰিক্ৰমা বিভাগত পদখালী
ৰাজ্য সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ে নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদসমূহঃ
প্ৰকাশন সহায়ক(Publication Assistant)
খালী পদৰ সংখ্যাঃ ১টা।
শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত অসমীয়া বা ইংৰাজীত মেজৰসহ স্নাতক। লগতে সাংবাদিকতাৰ নূন্যতম এবছৰীয়া ডিপ্লমা থাকিব লাগিব। দৰমহাঃ ২২হেজাৰ টকাৰ পৰা ৮৭ হেজাৰ টকাৰ লগতে ৯,৪০০ টকাৰ গ্ৰেড পে তথা অন্যান্য ভাট্টা।
জ্যেষ্ঠ ফটোগ্ৰাফাৰ খালী পদৰ সংখ্যাঃ ১টা।
শিক্ষাগত অৰ্হতাঃ কলা বা বাণিজ্য বা বিজ্ঞানৰ স্নাতক। লগতে স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা নূন্যতম এবছৰীয়া ফটোগ্ৰাফীৰ ডিপ্লমা থাকিব লাগিব।
দৰমহাঃ ২২হেজাৰ টকাৰ পৰা ৮৭ হেজাৰ টকাৰ লগতে ৯,৪০০ টকাৰ গ্ৰেড পে তথা অন্যান্য ভাট্টা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ নাবাৰ্ডত বিভিন্ন শাখাৰ প্ৰৱন্ধকৰ পদ খালী
Next Story