অসমৰ ফৰেণছিক বিজ্ঞান সঞ্চালকালয়ত বৈজ্ঞানিক সহায়ক, আন পদ খালী

অসমৰ ফৰেণচিক বিজ্ঞান গৱেষণাগাৰে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অসমৰ ফৰেণছিক বিজ্ঞান সঞ্চালকালয়ত বৈজ্ঞানিক সহায়ক, আন পদ খালী
Published on

পদসমূহঃ বৈজ্ঞানিক সহায়ক ।

খালীপদৰ সংখ্যাঃ ৩৬ টা।

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৬০, ৫০০ টকা আৰু ৭,৬০০ টকাৰ গ্ৰেড পে।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত ৰসায়ন বিজ্ঞানৰ স্লাতক ডিগ্ৰী। বায়োটেকনোলজী, প্ৰাণীবিজ্ঞান, নৃতত্বৰ স্নাতক ডিগ্ৰী। 

কনিষ্ঠ সহায়ক

খালী পদৰ সংখ্যা ঃ চাৰিটা।

দৰমহাঃ মাহিলী ১২ হেজাৰ টকাৰ পৰা ৫২, ০০০ টকা আৰু ৩,৯০০ টকাৰ গ্ৰেড পে।

শিক্ষাগত অৰ্হতাঃ ন্যূনতম স্নাতক ডিগ্ৰী। ন্যূনতম ছমহীয়া কম্পিউটাৰ এপ্লিকেচনৰ ডিপ্লমা থাকিব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখ ঃ ২৯-১০-২০২১।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

ৱেবছাইটঃ https://forensic.assam.gov.in/। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com