Begin typing your search above and press return to search.

অসমৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ নাৰ্ছ নিযুক্তি

অসমৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ে নাৰ্ছ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অসমৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ নাৰ্ছ নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-07-22T13:36:13+05:30

পদৰ নামঃ ষ্টাফ নাৰ্ছ

খালী পদৰ সংখ্যাঃ ৬৪০টা।

দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।

বয়সৰ সীমাঃ ০১-০১-২০২০ত প্ৰাৰ্থীৰ বয়স ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হ'ব নালাগিব। অৱশ্যে অ' বি চি প্ৰাৰ্থীয়ে ৩ বছৰ আৰু এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব।

ঠিকনাঃ Directorate of Health Services Assam, Hengrabari. Guwahati. Assam. 781036.

সময়ত www.dhs.assam.gov.in-ত সবিশেষ উপলব্ধ কৰা হ'ব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৭-২০২০।

আবেদন জনাবলৈ www.dhs.assam.gov.in চাওক।.

আৰু চাব পাৰেঃ ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব'ৰ্ডৰ ষ্টেনোগ্ৰাফাৰ নিযুক্তি

Next Story