চাকৰি
চিকিত্সা আৰু স্বাস্থ্য শিক্ষা বোৰ্ডৰ চাকৰিৰ আবেদন আহ্বান
অসম চিকিত্সা আৰু স্বাস্থ্য শিক্ষা বোৰ্ডে আই চি ইউ টেকনিচিয়ান নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যাঃ ১২৫টা।
দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।
নিযুক্তিৰ স্থানঃ গুৱাহাটী ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৭-২০২০।
সবিশেষ জানিবলৈ www..d[e.aqsam.qov.in চাওক।

