নিযুক্তিৰ বাবে চিকিত্সা শিক্ষা সঞ্চালকালয়ৰ আবেদন আহ্বান

অসমৰ চিকিত্সা শিক্ষা ব’ৰ্ডে আই চি ইউ টেকনিচিয়ান নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
নিযুক্তিৰ বাবে চিকিত্সা শিক্ষা সঞ্চালকালয়ৰ আবেদন  আহ্বান
Published on: 

খালী পদৰ সংখ্যাঃ ১২৫টা।

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৬০,৫০০ টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৭-২০২০।

সবিশেষ জানিবলৈ www..d[e.aqsam.qov.in চাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com