চাকৰি
চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ ষ্টাফ নাৰ্ছ নিযুক্তি
অসম চিকিৎসা শিক্ষা সঞ্চালকালয়ে ষ্টাৰ্ফ নাৰ্ছ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যাঃ ৪৮৪টা।
দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৭-২০২০।
সবিশেষ জানিবলৈ https://dme.assam.gov.in/sites/default/files/swf_utility_folder/departments/dme_lipl_in_oid_8/menu/document/advertisement-staff_nursecritical_care_icu_technician.pdf চাওক।

