আই চি ইউ টেকনিচিয়ান নিযুক্তিৰ বাবে আবেদন আহ্বান

অসমৰ চিকিত্সা শিক্ষা সঞ্চালকালয়ে আই চি ইউ টেকনিচিয়ান নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
আই চি ইউ টেকনিচিয়ান নিযুক্তিৰ বাবে আবেদন আহ্বান
Published on: 

খালী পদৰ সংখ্যাঃ ১২৫টা।

দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৭-২০২০।

সবিশেষ জানিবলৈ https://dme.assam.gov.in/sites/default/files/swf_utility_folder/departments/dme_lipl_in_oid_8/menu/document/advertisement-staff_nursecritical_care_icu_technician.pdf চাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com