যোৰহাটৰ জিলা আৰু ছেছন ন্যাযাধীশৰ আদালতত পদ খালী

এই বিষয়ে এই বাতৰিত অধিক তথ্য পাব।
যোৰহাটৰ জিলা আৰু ছেছন ন্যাযাধীশৰ আদালতত পদ খালী
Published on

যোৰহাটৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতে প্ৰশাসনিক বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৩০ হেজাৰ টকাৰ পৰা ১, ১০,০০০টকাৰ লগতে ১৪,৫০০টকাৰ গ্ৰেড পে ।

নিযুক্তিৰ স্থানঃ যোৰহাট।

আবেদন প্ৰক্ৰিয়াঃ অফলাইন।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

ৱেবছাইটঃ http://www.jorhatjudiciary.gov.in/

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-১০-২০২১।

অৰ্হতাঃ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত একেৰাহে পাঁচ বছৰ চিৰস্তদাৰ বা মুখ্য সহায়কৰূপে কাৰ্যনিৰ্বাহ কৰা হব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com