চৰাইদেউৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত পদখালী

এই বিষয়ে তলত অধিক তথ্য পাব।
চৰাইদেউৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত পদখালী
Published on: 

চৰাইদেউৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে নিম্নোক্ত চতুৰ্থবৰ্গৰ পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদসমূহঃ 

পিয়ন, 

খালী পদৰ সমখ্যাঃ ১১টা।

বয়সৰ সীমাঃ ১৮ ৰ পৰা ৪০ বছৰৰ ভিতৰত। 

শিক্ষাগত অৰ্হতাঃ ন্যূনতম অষ্টম শ্ৰেণী  উত্তীৰ্ণ । অৱশ্যে দ্বাদশ শ্ৰেণী উত্তীৰ্ণসকলে আবেদন জনাব নোৱাৰিব। 

দৰমহাঃ মাহিলী ১২ হেজাৰ টকাৰ পৰা ৩৭, ৫০০ টকা। লগতে ৩,৯০০ টকাৰ গ্ৰেড পে। 

গাড়ীচালক ।

খালী পদৰ সংখ্যাঃ ০১টা। 

শিক্ষাগত অৰ্হতাঃ ন্যূনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ । লঘু বাহনৰ গাড়ীচালকৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব। 

বয়সৰ সীমাঃ ১৮ ৰ পৰা ৪০ বছৰৰ ভিতৰত।

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৪৯,০০০ টকা। লগতে  ৫২০০ টকাৰ গ্ৰেড পে। 

চকীদাৰ ।

খালী পদৰ সংখ্যাঃ ০১টা। 

শিক্ষাগত অৰ্হতাঃ ন্যূনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ । 

বয়সৰ সীমাঃ ১৮ ৰ পৰা ৪০ বছৰৰ ভিতৰত।

দৰমহাঃ মাহিলী ১২ হেজাৰ টকাৰ পৰা ৩৭, ৫০০ টকা। লগতে ৩,৯০০ টকাৰ গ্ৰেড পে।

ছুইপাৰ ।

খালী পদৰ সংখ্যাঃ ০১টা।  

শিক্ষাগত অৰ্হতাঃ ন্যূনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ । 

বয়সৰ সীমাঃ ১৮ ৰ পৰা ৪০ বছৰৰ ভিতৰত।

দৰমহাঃ মাহিলী ১২ হেজাৰ টকাৰ পৰা ৩৭, ৫০০ টকা। লগতে ৩,৯০০ টকাৰ গ্ৰেড পে।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৫-১০-২০২১। 

চাকৰিৰ প্ৰকৃতিঃ স্থায়ী। 

আবেদন recruitment.djcharaideo@gmail.com লৈ আবেদন প্ৰেৰণ কৰিব পাৰিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com