জিলা আৰু সত্ৰ ন্যায়াধীশ, শোণিতপুৰ  নিযুক্তি ২০২০

জিলা আৰু সত্ৰ ন্যায়াধীশ, শোণিতপুৰ  নিযুক্তি ২০২০
Published on: 

জিলা আৰু সত্ৰ ন্যায়াধীশ, শোণিতপুৰ নিযুক্তি ২০২০

জিলা আৰু সত্ৰ ন্যায়াধীশ, শোণিতপুৰ কাৰ্যালয়ত ইচ্ছুক প্ৰাৰ্থীৰ পৰা খালি পদ পূৰণৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম: চীফ এডমিনিস্ট্রেটিভ অফিচাৰ (ছিৰষ্টাদাৰ)

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: স্নাতক

অভিজ্ঞতা: ৫বছৰীয়া ছিৰষ্টাদাৰৰ অভিজ্ঞতা

দৰমহা: ৩০,০০০-১,১০,০০০/- প্ৰতি মাহ

প্ৰাৰ্থী সকলে আবেদনসমূহ District and Sessions Judge, Sonitpur, Tezpur” ৰ ঠিকনাত ১৭ মাৰ্চ ২০২০ ৰ আগতীয়াকৈ পঠিয়াব লাগিব।

আবেদনৰ শেষ তাৰিখ: ১৭/০৩/২০২০

সবিশেষ জানিবলৈ: Click Here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com