মেঘালয়ৰ ৰিভ'ইৰ জিলা প্ৰকল্প পৰিচালনা গোটত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
মেঘালয়ৰ ৰিভ'ইৰ জিলা প্ৰকল্প পৰিচালনা গোটত পদখালী
Published on

মেঘালয়ৰ ৰিভ'ইৰ জিলা প্ৰকল্প পৰিচালনা গোটত জি. আই. চি. এ. প্ৰকল্প সহকাৰীৰ অধীনত গাড়ীচালকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : চালক

খালী পদৰ সংখ্যা : ০৩

বয়স : নিয়মাৱলী অনুসৰি

দৰমহা : উল্লেখিত নহয়

নিযুক্তিৰ স্থান : নংপুহ, মেঘালয়

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৯/১০/২০২১

অৰ্হতা :

জিলা প্ৰকল্প পৰিচালনা সন্থা, ৰি-ভৈ জিলাত, নংপুহত, চালকৰ খালী পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব।

অভিজ্ঞতা:

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী শাখা (ৰাজ্যিক/ কেন্দ্ৰীয়)/ পি. এচ. ইউ. (ৰাজ্যিক/ কেন্দ্ৰীয়)/ চৰকাৰৰ দ্বাৰা স্থাপিত সমাজত (ৰাজ্যিক/ কেন্দ্ৰীয়) ৩বছৰীয়া অভিজ্ঞতাৰে পৰিপক্ক হ'ব লাগিব।

• প্ৰাৰ্থীৰ লগত প্ৰমাণিত ড্ৰাইভিং লাইচেঞ্চ আৰু অভিজ্ঞতা মানপত্ৰ থাকিব লাগিব।

আবেদন প্ৰক্ৰিয়া :

• এই পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলে প্ৰামাণিক আবেদন পত্ৰ, নিজ স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰ সহ জমা কৰিব লাগিব।

• প্ৰাৰ্থীৰ সকলে নিজৰ উপযোগী ই- মেইল আৰু ফোন নম্বৰ আবেদন সহ সংলগ্ন কৰাটো বাঞ্ছনীয়।

• আবেদন জমা কৰাৰ অন্তিম তাৰিখ ১৯ অক্টোবৰ ২০২১।

• প্ৰাৰ্থী সকলে আবেদন অনলাইন যোগে উল্লেখিত মেইল লৈ প্ৰেৰণ কৰিব লাগিব।

মেইল : bdujicaribhoi@gmail.com

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com