কাৰ্বি আংলঙৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত পদখালী

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
কাৰ্বি আংলঙৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত পদখালী
Published on: 

কাৰ্বি আংলঙৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত উচ্চ বৰ্গৰ সহায়কৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ আগতে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : উচ্চ বৰ্গৰ সহায়ক। 

পদৰ সংখ্যা : ০৭টা। 

বয়স : বয়সৰ কোনো সীমাবদ্ধতা নাই

দৰমহা : ১৪,০০০ - ৬০,৫০০/- টকা (মাহিলী)। 

অন্তিম তাৰিখ : ১৬/৮/২০২১

ঠিকনা : ডিফু, অসম

অৰ্হতা :

• কাৰ্বি আংলঙৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত  উচ্চ বৰ্গৰ সহায়কৰ খালী পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী যিকোনো বিষয়ত স্নাতক হ'ব লাগিব।

• LDA ৰ অধীনত ৫বছৰীয়া কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীসকলে নিম্নোক্ত ঠিকনাত আবেদন পত্ৰ, প্ৰয়োজনীয় নথি পত্ৰ, পাছপৰ্ট ফটো, অভিজ্ঞতা মানপত্ৰসহ দাখিল কৰিব লাগিব।

ঠিকনা : জিলা আৰু সেশ্যন ন্যায়াধীশ, কাৰ্বি - আংলং, কৃষি কলনী, ডিফু - ৭৮২৪৬০

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com