দক্ষিণ কামৰূপ মহাবিদ্যালয়ত নিযুক্তি ২০২০

দক্ষিণ কামৰূপ মহাবিদ্যালয়ত নিযুক্তি ২০২০
Published on

দক্ষিণ কামৰূপ মহাবিদ্যালয়ত নিযুক্তি ২০২০

দক্ষিণ কামৰূপ মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা কলেজ কৰ্তৃপক্ষই আবেদন বিচাৰিছে।

পদৰ নাম: সহকাৰী অধ্যাপক( অসমীয়া,পদাৰ্থ বিজ্ঞান)

পদৰ সংখ্যা: ০৩

বয়স: ৩৮ বছৰ

আবেদনৰ শেষ তাৰিখ: ০৩/০৩/২০২০

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহৰ সৈতে ২০০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে DAKSHIN KAMRUP COLLEGE, MIRZA accounts no. 2190024063 IFSC CBINO283207 CBI, Mirza Branch should reach the Principal, D.K.College, Mirza ঠিকনাত বিজ্ঞাপন প্ৰকাশৰ ১৫ [16/02/2020] দিনৰ ভিতৰত পঠিয়াব লাগিব।

আবেদনৰ শেষ তাৰিখ: ০৩/০৩/২০২০

সৱিশেষ জানিবলৈ: Click here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com