Begin typing your search above and press return to search.
ডি এন পি লিমিটেড, অসমত জ্যেষ্ঠ প্ৰৱন্ধকৰ পদ খালী
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

ডি এন পি লিমিটেড অসমে জ্যেষ্ঠ প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যাঃ ১টা।
বয়সৰ সীমাঃ ০১-১০-২০২১ত সৰ্বোচ্চ ৫৬ বছৰ।
শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী বৈদ্যুতিক / চিভিল/ মেকানিকেলৰ স্নাতক ডিগ্ৰীধাৰী হব লাগিবই। তদুপৰি ন্যূনতম ২০ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।
২৫- ১০-২০২১ত মৌখিক সাক্ষাতকাৰ অনুষ্ঠিত হব। মৌখিক সাক্ষাতকাৰৰ স্থানঃ House No. 2, 2nd Floor, Dinesh Mansion, Dr. R.P Road, Dispur, Guwahati। সময়ঃ পুৱা ১০ বজা।
দৰমহাঃ কোম্পানীৰ নিয়ম অনুসৰি।
Next Story