ডি এন পি লিমিটেড, অসমত জ্যেষ্ঠ প্ৰৱন্ধকৰ পদ খালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
ডি এন পি লিমিটেড, অসমত জ্যেষ্ঠ প্ৰৱন্ধকৰ পদ খালী
Published on: 

ডি এন পি লিমিটেড অসমে জ্যেষ্ঠ প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

খালী পদৰ সংখ্যাঃ ১টা। 

বয়সৰ সীমাঃ ০১-১০-২০২১ত সৰ্বোচ্চ ৫৬ বছৰ। 

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী বৈদ্যুতিক / চিভিল/ মেকানিকেলৰ স্নাতক ডিগ্ৰীধাৰী হব লাগিবই। তদুপৰি ন্যূনতম ২০ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। 

২৫- ১০-২০২১ত মৌখিক সাক্ষাতকাৰ অনুষ্ঠিত হব। মৌখিক সাক্ষাতকাৰৰ স্থানঃ House No. 2, 2nd Floor, Dinesh Mansion, Dr. R.P Road, Dispur, Guwahati। সময়ঃ পুৱা ১০ বজা। 

দৰমহাঃ কোম্পানীৰ নিয়ম অনুসৰি।