ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত জ্যেষ্ঠ আৱাসিক চিকিত্সক নিযুক্তি

ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত জ্যেষ্ঠ আৱাসিক চিকিত্সক নিযুক্তি

গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে জ্যেষ্ঠ আৱাসিক চিকিত্সক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ৭টা।

দৰমহাঃ মাহিলী ৮৬,০০০টকা।

বয়সৰ সীমাঃ ৪০ বছৰ।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১0-০৮-২০২০।

আবেদনৰ নিয়মঃ শিক্ষাগত অৰ্হতা, বয়স আদিৰ প্ৰমাণপত্ৰৰ কপি bbci_info@yahoo.co.inলৈ প্ৰেৰণ কৰিব লাগিব।

সবিশেষ জানিবলৈ http://www.bbcionline.org/advertisement.php চাওক। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com