সহকাৰী নিযুক্তিৰ বাবে ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ আবেদন আহ্বান

সহকাৰী নিযুক্তিৰ বাবে ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ আবেদন আহ্বান

ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে সহকাৰী(KEVAT Assistant)নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
Published on

খালী পদৰ সংখ্যাঃ ৪টা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

দৰমহাঃ মাহিলী ২৫ হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৬-২০২১।

বয়সৰ সীমাঃ ৩০ বছৰ।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

শিক্ষাগত অৰ্হতাঃ যিকোনো শাখাৰ স্নাতক ডিগ্ৰী। অৱশ্যে বিজ্ঞান, জনস্বাস্থ্য, মনোবিজ্ঞান, সমাজশাস্ত্ৰ, ছচিয়েল ৱৰ্ক আদিৰ ডিগ্ৰীধাৰীয়ে অগ্ৰাধিকাৰ পাব।

কম্পিউটাৰৰ এম এছ এক্সেল, অফিচ আদিৰ কৰ্ম-জ্ঞান থাকিব লাগিব। ভাব বিনিময়ৰ উন্নত জ্ঞান থাকিব লাগিব।

আবেদনৰ নিয়মঃ অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে অনুমোদিত প্ৰ-পত্ৰ পূৰণ কৰি বায়োডাটা bbci_info@yahoo.co.in-লৈ প্ৰেৰণ কৰিব লাগিব।আবেদন গ্ৰহণৰ শেষ তাৰিখ ১৫ জুন, ২০২১ৰ সন্ধিয়া ৫-০০ বজা।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com