ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ডাটা এণ্ট্ৰি অপাৰেটৰৰ পদখালী

গুৱাহাটীৰ ডাঃ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানে ডাটা এণ্ট্ৰি অপাৰেটৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ডাটা এণ্ট্ৰি অপাৰেটৰৰ পদখালী
Published on

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ন্যূনতম স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে ডাটা এণ্ট্ৰি কামৰ জ্ঞান থাকিব লাগিব। তদুপৰি Microsoft Office Suite Applications-ত কাম কৰিব পাৰিব লাগিব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

দৰমহাঃ মাহিলী ১৮ হেজাৰ টকা।

বয়সৰ সীমাঃ ৩৫ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৬-২০২১।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধি নহয়।

প্ৰয়োজনীয়া নতিপত্ৰৰ কপিসহ আবেদনপত্ৰ অহা ৩০ জুনৰ ভিতৰত bbci_info@yahoo.co.in-ত প্ৰেৰণ কৰিব পাৰে। লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী নিযুক্তি দিয়া হব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com