প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)-ত এপ্ৰেণ্টিছৰ পদখালী

এই বিষয়ে তলত সবিশেষ তথ্য পাব।
প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)-ত এপ্ৰেণ্টিছৰ পদখালী

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (DRDO) এপ্ৰেণ্টিছ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ।

পদৰ নাম- এপ্ৰেণ্টিছ ।

খালী পদ-৪৮ টা । (গ্ৰেজুৱেট এপ্ৰেণ্টিছ-২ টা ডিপ্লোমা এপ্ৰেণ্টিছ-১৮ টা আইটিআই এপ্ৰেণ্টিছ-২৮ টা)। 

স্থানঃ চণ্ডিগড়, মানালী, হিমাচল প্ৰদেশ, তুলা -উত্তৰাখণ্ড, শ্ৰীনগৰ জম্মু-কাশ্মীৰ, লাডাখ ।

দৰমহা - ৭০০০-৯০০০/- টকা (মাহিলী) ।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ১৭/১০/২০২১। 

বয়সৰ সীমাঃ উল্লেখ কৰা হোৱা নাই ।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীগৰাকীয়ে যিকোনো স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা আইটিআই, ডিপ্লোমা, B.Sc উত্তীৰ্ণ হ'ব লাগিব ।

আবেদনৰ প্ৰক্ৰিয়া-ইচ্ছ্যুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰে।

আবেদনকাৰীয়ে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আবেদন প্ৰপত্ৰ কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স কেন্দ্ৰলৈ প্ৰেৰণ কৰিব লাগিব । 

আবেদন পত্ৰ প্ৰেৰণৰ ঠিকনাঃ Centre for Artificial Intelligence & Robotics (Director, Defence Geoinformatics Research Establishment (DGRE), Him Parisar, Plot No. 01, Sector 37A, Chandigarh (UT) – 160036। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com