প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাত পদখালী
Published on: 

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাত প্ৰশিক্ষাৰ্থীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : প্ৰশিক্ষাৰ্থী ।

খালী পদৰ সংখ্যা : ৪৮টা।

বয়স : DRDO ৰ নিয়মাৱলী অনুসৰি।

দৰমহা : ৭,০০০ - ৯,০০০ টকা, মাহিলী

নিযুক্তিৰ স্থান : সমগ্ৰ ভাৰততে

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৭/১০/২০২১

ৱেবছাইট : drdo.gov.in

শিক্ষাগত অৰ্হতা :

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাপনত, প্ৰশিক্ষাৰ্থীৰ পদত, আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী উদ্যোগিক প্ৰশিক্ষণ অনুষ্ঠান সমাপ্ত কৰা হ'ব লাগিব/ কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ডিপ্লোমা/ বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া :

এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সমূহে নিজ আবেদন পত্ৰ, প্ৰয়োজনীয় নথি পত্ৰ সহ উল্লেখিত ঠিকনা লৈ প্ৰেৰণ কৰিব লাগিব।

ঠিকনা :

Centre for Artificial Intelligence & Robotics (Director, Defence Geoinformatics Research Establishment (DGRE), Him Parisar, Plot No. 01, Sector 37A, Chandigarh (UT) – 160036 । 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com