প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)-ত এপ্ৰেণ্টিছৰ পদখালী

ইচ্ছুক প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:
প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)-ত এপ্ৰেণ্টিছৰ পদখালী

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (DRDO) শেহতীয়াকৈ এপ্ৰেণ্টিছ খালী পদৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ।

পদৰ নাম- এপ্ৰেণ্টিছ ।

খালী পদ-৪৮ টা ।

(গ্ৰেজুৱেট এপ্ৰেণ্টিছ-২ টা ডিপ্লোমা এপ্ৰেণ্টিছ-১৮ টা আইটিআই এপ্ৰেণ্টিছ-২৮ টা)

অৱস্থান চণ্ডিগড়, মানালী, হিমাচল প্ৰদেশ, তুলা -উত্তৰাখণ্ড, শ্ৰীনগৰ জম্মু-কাশ্মীৰ, লাডাখ ।

দৰমহা - ৭০০০-৯০০০/- টকা (মাহিলী) ।

আবেদনৰ অন্তিম তাৰিখ- ১৭/১০/২০২১

বয়স উল্লেখ কৰা হোৱা নাই ।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীগৰাকীয়ে যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা আইটিআই, ডিপ্লোমা, B.Sc উত্তীৰ্ণ হ'ব লাগিব ।

আবেদনৰ প্ৰক্ৰিয়া-ইচ্ছুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰে। আৱেদনকাৰীয়ে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আৱেদন প্ৰপত্ৰখন কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স কেন্দ্ৰলৈ প্ৰেৰণ কৰিব লাগিব (প্ৰতিৰক্ষা ভূ-তথ্য গৱেষণা প্ৰতিষ্ঠানৰ (ডিজিআৰই) সঞ্চালক, হিম পৰিষদ, প্লট নং ০১, চেক্টৰ ৩৭এ, চণ্ডিগড় (ইউটি) – ১৬০৩৬।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com