প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাত (DRDO) পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাত (DRDO) পদখালী
Published on: 

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : জুনিয়ৰ ৰিচাৰ্ছ ফেল'।  

খালী পদৰ সংখ্যা : ০৯

বয়স : ২৮ বছৰ

দৰমহা : ১৫,০০০ - ৩১,০০০ টকা, মাহিলী

নিযুক্তিৰ স্থান : সমগ্ৰ ভাৰততে

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১০/১০/২০২১

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা BE/ B. Tech/ ME/ M.Tech/ পোষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া :

এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীসকলক অনলাইনযোগে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ অফিচিয়েল ৱেবচাইট যোগে নিজৰ আবেদন পত্ৰ দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

ৱেবছাইট : drdo.gov.in

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com