Begin typing your search above and press return to search.

শিক্ষক নিযুক্তিৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ আবেদন আহ্বান

এই বিষয়ে তলত অধিক তথ্য পাব।

শিক্ষক নিযুক্তিৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Sep 2021 12:25 PM GMT

অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ে স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷

খালী পদৰ সংখ্যাঃ ২,২৭২টা ৷ ইয়াৰে ৩০৩টা আৰ্থিকভাবে পিছপৰা শ্ৰেণী, ৫১০ টা অ' বি চি/এম অ' বি চি, ১১৯টা বিশেষভাবে সক্ষম, ১৮৭টা এচ ছি, ১৯৭টা এছ টি (পাহাৰীয়া), ৩৩৮টা এছ টি (ভৈয়াম) সংৰক্ষিত। ৬২০টা পদ অসংৰক্ষিত ৷

নিযুক্তিৰ স্থানঃ সমগ্ৰ অসম ৷

দৰমহাঃ ২২, ২০০টকাৰ পৰা ৯৭ হেজাৰ টকা ৷ লগতে ১১, ৮০০টকাৰ গ্ৰেড পে' ৷

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-১০-২০২১৷

বয়সৰ সীমাঃ ২১ৰ পৰা ৩৮ বছৰ ৷ অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়স ৰেহাই পাব ৷

শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৫০ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰী আৰু বি এড ডিগ্ৰী গ্ৰহণ কৰা হ'ব লাগিব। তদুপৰি উচ্চতৰ মাধ্যমিক টে'ট উত্তীৰ্ণ হ'ব লাগিব ৷

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-১০-২০২১৷

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ৷

Next Story