
অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ে স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷
খালী পদৰ সংখ্যাঃ ২,২৭২টা ৷ ইয়াৰে ৩০৩টা আৰ্থিকভাবে পিছপৰা শ্ৰেণী, ৫১০ টা অ' বি চি/এম অ' বি চি, ১১৯টা বিশেষভাবে সক্ষম, ১৮৭টা এচ ছি, ১৯৭টা এছ টি (পাহাৰীয়া), ৩৩৮টা এছ টি (ভৈয়াম) সংৰক্ষিত। ৬২০টা পদ অসংৰক্ষিত ৷
নিযুক্তিৰ স্থানঃ সমগ্ৰ অসম ৷
দৰমহাঃ ২২, ২০০টকাৰ পৰা ৯৭ হেজাৰ টকা ৷ লগতে ১১, ৮০০টকাৰ গ্ৰেড পে' ৷
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-১০-২০২১৷
বয়সৰ সীমাঃ ২১ৰ পৰা ৩৮ বছৰ ৷ অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়স ৰেহাই পাব ৷
শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৫০ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰী আৰু বি এড ডিগ্ৰী গ্ৰহণ কৰা হ'ব লাগিব। তদুপৰি উচ্চতৰ মাধ্যমিক টে'ট উত্তীৰ্ণ হ'ব লাগিব ৷
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-১০-২০২১৷