কাৰিকৰী শিক্ষা সঞ্চালকৰ কাৰ্যালয়,অসমত নিযুক্তি ২০২০
কাৰিকৰী শিক্ষা সঞ্চালক, অসম ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় ৰ বাবে গ্ৰেড- III খালি পদ সমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
১/ জুনিয়ৰ এচিচটেন্চ
পদৰ সংখ্যা: ৮[ UR: ৪, OBC: ২, SC: ১, ST(p): ১]
দৰমহা: ১৪,০০০/- ৰ পৰা ৬০,৫০০/- টকা +গ্ৰেড পে ৬২০০/- টকা
শিক্ষাগত অৰ্হতা: স্নাতক, কম্পিউটাৰ ৰ দক্ষতা
২. জুনিয়ৰ ইনষ্ট্ৰাকটৰ
পদৰ সংখ্যা: ১৪[ UR: ৬, OBC: ৪, SC: ১, ST(p): ১ ST(h):১ EWS: ১]
দৰমহা: ১৪,০০০/- ৰ পৰা ৬০,৫০০/- টকা +গ্ৰেড পে ৬৮০০/- টকা
শিক্ষাগত অৰ্হতা: HSLC/TSLC ৰ সৈতে ITI অথবা ৫ বছৰীয়া অভিজ্ঞতা
৩. চাইন্টিফিক এচিচটেন্চ( পদার্থবিজ্ঞান)
পদৰ সংখ্যা: ১(UR)
দৰমহা: ১৪,০০০/- ৰ পৰা ৬০,৫০০/- টকা +গ্ৰেড পে ৭৪০০/- টকা
শিক্ষাগত অৰ্হতা:
ৰাসায়ন বিজ্ঞান, পদার্থবিজ্ঞান, গণিত বিষয়ত স্নাতক।
স্নাতক পৰ্যায়ত গুৰুবিষয় পদার্থবিজ্ঞানত থকা প্ৰাৰ্থীসকলক অগ্রাধিকাৰ দিয়া হব।
৪. চাইন্টিফিক এচিচটেন্চ( ৰাসায়ন বিজ্ঞান)
পদৰ সংখ্যা: ১(UR)
দৰমহা: ১৪,০০০/- ৰ পৰা ৬০,৫০০/- টকা +গ্ৰেড পে ৭৪০০/- টকা
শিক্ষাগত অৰ্হতা:
১/ ৰাসায়ন বিজ্ঞান, পদার্থ বিজ্ঞান, আৰু গণিত বিষয়ত স্নাতক।
২/স্নাতক পৰ্যায়ত গুৰুবিষয় ৰাসায়ন বিজ্ঞানত থকা প্ৰাৰ্থীসকলক অগ্রাধিকাৰ দিয়া হব।
বয়স: ১৮ ৰ পৰা ৩৮ বছৰ (০১/০১/২০২০)
বাচনি প্ৰক্ৰিয়া:
১/ বাচি উলিওৱা প্ৰাৰ্থীসকলক লিখিত পৰীক্ষাত অৱৰ্তীণ হব।
২/লিখিত পৰীক্ষা আৰু কম্পিউটাৰত দক্ষতা,/প্ৰেকটিকেল টেষ্ট ৰ জৰিয়তে বাচনি কৰা হব।
৩/ TA/DA প্ৰদান কৰা হব।
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে Directorate of Technical Education , Assam ৰ www.dte.assam.giv.in ৱেবচাইটত ত আবেদন কৰিব লাগিব।
আবেদনৰ শেষ তাৰিখ: ০৩/০৩/২০২০
https://www.assamcareer.com/2020/02/dte-assam-recruitment-2020-apply-online.html
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : click here
অন্য খবৰৰ বাবে পঢ়ক : কেন্দ্রীয় বিদ্যালয় খানাপাৰাত নিযুক্তি ২০২০