যোৰহাটৰ ডি টি অ' কাৰ্যালয়ৰ চাকৰিৰ আবেদন আহ্বান

এই পদৰ বিৱৰণ তলত দিয়া হৈছে।
যোৰহাটৰ ডি টি অ' কাৰ্যালয়ৰ চাকৰিৰ আবেদন আহ্বান
Published on

যোৰহাটৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদসমূহঃ 

১) যান-বাহনৰ প্ৰশিক্ষক। 

খালী পদৰ সংখ্যাঃ ০২টা। 

শিক্ষাগত অৰ্হতাঃ বি ই অথবা  বি টেকষ লগতে গাড়ীচালকৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব। 

২) Soft Skills & Personality Development Trainer। 

খালী পদৰ সংখ্যাঃ এটা। 

শিক্ষাগত অৰ্হতাঃ ডিপ্লমা। 

৩) কৰ্মসূচী সমন্বয়ক। 

খালী পদৰ সংখ্যাঃ এটা। 

শিক্ষাগত অৰ্হতাঃ দ্বাদশ শ্ৰেণী। 

নিয়ুক্তিৰ স্থানঃ যোৰহাট। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২১ অক্টোবৰ, ২০২১। 

আবেদন পূৰণৰ পূৰ্বে এই ৱেবছাইট jorhat.gov.in চাব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com