Begin typing your search above and press return to search.

বিশাখাপটনম পৰ্ট ট্ৰাষ্টত নিযুক্তি ২০২২ - ডি ৱাই মুখ্য অভিযন্তাৰ পদ খালী

বিশাখাপটনম পৰ্ট ট্ৰাষ্ট অন্ধ্ৰ প্ৰদেশত ডি ৱাই মুখ্য অভিযন্তাৰ খালী পদত নিযুক্তি প্ৰদানৰ বাবে সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

বিশাখাপটনম পৰ্ট ট্ৰাষ্টত নিযুক্তি ২০২২ - ডি ৱাই মুখ্য অভিযন্তাৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Dec 2021 12:40 PM GMT

বিশাখাপটনম পৰ্ট ট্ৰাষ্ট :

বিশাখাপটনম পৰ্ট হৈছে ভাৰতৰ ১৩টা প্ৰধান পৰ্টৰ মাজত অন্যতম আৰু অন্ধ্ৰ প্ৰদেশৰ এক মাত্ৰ প্ৰধান পৰ্ট। ই হৈছে ভৰতৰ ৰাজ্যৰ অধীনত থকা তৃতীয় সৰ্ববৃহৎ পৰ্ট, যাৰ প্ৰমাণ লগাব পাৰি পৰ্ট টোৰ দ্বাৰা চলি থকা সামগ্ৰী সমূহৰ আদান প্ৰদানৰ পৰা। এই পৰ্ট অৱস্থিত চেন্নাই আৰু বেই অফ বেংগলত অৱস্থিত কলকাতা পৰ্টৰ মাজত।

বিশাখাপটনম পৰ্ট ট্ৰাষ্ট পদ খালী :

বিশাখাপটনম পৰ্ট ট্ৰাষ্ট অন্ধ্ৰ প্ৰদেশত শেহতীয়া ভাৱে ডি ৱাই মুখ্য অভিযন্তাৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখ ২১ জানুৱাৰী ২০২২ৰ পূৰ্বে নিজৰ আৱেদন পত্ৰ দাখিল কৰিব পৰিব।


পদৰ নাম

ডি ৱাই মুখ্য অভিযন্তা

খালী পদ

০১

দৰমহা

১৬,০০০ - ২০,৮০০/- টকা, প্ৰতি মাহে

অৱস্থান

বিশাখাপটনম - অন্ধ্ৰ প্ৰদেশ

বয়স

অধিকতম ৪২বছৰ, ২৭/১২/২০২১ৰ মতে

বাছনি প্ৰক্ৰিয়া

মেধা তালিকা

আৰম্ভণি তাৰিখ

২৩/১২/২০২১

সামৰণি তাৰিখ

২১/১২/২০২২


শিক্ষাগত অৰ্হতা :

বিশাখাপটনম পৰ্ট ট্ৰাষ্টৰ অফিচিয়েল অধিসূচনা অনুসৰি কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা চিভিল অভিযান্ত্ৰিক বিভাগত ডিগ্ৰী লাভ কৰা হ'ব লাগিব।

অভিজ্ঞতা :

আকাংক্ষিত ভাৱে উদ্যোগিক/ বাণিজ্যিক/ চৰকাৰৰ অধীনত পৰ্ট আৰু মেৰিন ষ্ট্ৰাকচাৰ বিভাগত পৰিকল্পনা/ নিৰ্মাণ/ ডিজাইন/ ব্যৱস্থাপনাৰ এক্সেকিউটিভ কেডেৰ ৰূপে ১২বছৰীয়া অভিজ্ঞতা

আৱেদন দাখিল কৰিবলৈ তলত উল্লেখিত পদক্ষেপ অনুসৰণ কৰক :

• প্ৰথমে অফিচিয়েল ৱেবচাইট vizagport.com লৈ যাওক

• বিশাখাপটনম পৰ্ট ট্ৰাষ্ট নিযুক্তি বা কেৰিয়াৰ বিভাগলৈ গৈ আৱেদন কৰিব লগীয়া পদৰ সবিশেষ তথ্য সংগ্ৰহ কৰক

• ডি ৱাই মুখ্য অভিযন্তা পদৰ অধিসূচনা তথা ইয়াৰ লগত সংযুক্ত অৰ্হতা সমূহ পৰ্যবেক্ষণ কৰক

• আৱেদন পূৰণৰ পূৰ্বে অন্তিম তাৰিখ পৰীক্ষা কৰক

• শুদ্ধভাৱে আৱেদন পূৰণ কৰক

• অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন জমা কৰক আৰু ভবিষ্যত প্ৰয়োজনৰ বাবে আৱেদন নং সংগ্ৰহ কৰক


আৰু পঢ়ক : PGDAV নিযুক্তি ২০২২: জ্যেষ্ঠ কাৰিকৰী সহায়ক খালী পদ


Next Story
চাকৰি