ভাৰত ইলেকট্ৰনিক্স নিগমৰ পাৰমাণৱিক শক্তি বিভাগত নিম্নোক্ত পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে। এই পদৰ সময়সীমা হ'ল ০২ বছৰ।
পদৰ নাম: কাৰিকৰী বিষয়া
খালী পদ : ১৪টা
বয়স-৪০ বছৰ
দৰমহা : ২৩,০০০/- প্ৰতি মাহে
অৱস্থান : ডিগাৰু - অসম, নালিয়া - গুজৰাট, কাপুৰথালা - পঞ্জাৱ, উদ্ধামপুৰ - জম্মু আৰু কাশ্মীৰ, লক্ষ্ণৌ - উত্তৰ প্ৰদেশ, হাইদৰাৱাদ - তেলেংগানা
আবেদনৰ অন্তিম তাৰিখ : ০৬/১০/২০২১
ৱেবছাইট : ecil.co.in
শিক্ষাগত অৰ্হতা :
ভাৰতীয় ইলেকট্ৰনিক্স নিগম সসীমত, কাৰিকৰী বিষয়াৰ, পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা BE/ B. Tech ডিগ্ৰীধাৰী হোৱাটো বাঞ্ছনীয়।
আবেদন প্ৰক্ৰিয়া :
আবেদন কৰিবলৈ যোগ্য প্ৰাৰ্থীসকলে তেওঁলোকৰ আৱেদন পত্ৰ অনলাইন যোগে দাখিল কৰিব পাৰে।
ৱেবছাইট : "www.ecil.co.in" (Main Page > Careers > e‐Recruitment)
ঠিকনা : ECIL Zonal Office, # 1207, Veer Savarkar Marg, Dadar (Prabhadevi), Mumbai - 400 028