ই.চি.আই.এল.(ECIL) ত নিযুক্তি ২০২০:

ই.চি.আই.এল.(ECIL) ত  নিযুক্তি ২০২০:

ই.চি.আই.এল.(ECIL) ত  নিযুক্তি ২০২০:

পদৰ নাম: টেকনিকেল অফিচাৰ

পদখালী: ৭০ (UR-৩৬, OBC-১৮, SC-১১, ST-০৫)

দৰমহা: ২৩,০০০/-

বয়স: জন্ম হব লাগিব ৩১.০৫.১৯৯০. ৫ বছৰ SC/ST ৰ বাবে আৰু ৩ বছৰ OBC হেৰি কৰি দিয়া হব।

শিক্ষাগত অর্হতা: প্ৰথম বিভাগত উত্তীর্ণ হোৱা হব লাগিব ইঞ্জিনিয়াৰিংত

অভিজ্ঞতা: ১ বছৰৰ

কেনেকৈ আবেদন কৰিব: অর্হতা সম্পন্ন ব্যক্তি সকলে অনলাইন তলৰ ৱেবছাইট টোত গৈ আবেদন কৰিব পাৰিব----www.ecil.co.in

আবেদনৰ অন্তিম তাৰিখ: ১১ জুন, ২০২০

অধিক জানিবৰ বাবে: click here 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com