Begin typing your search above and press return to search.

কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনত উপ-সঞ্চালকৰ পদ খালী

প্ৰাৰ্থীসকলে পদ, চাকৰিৰ স্থান, বয়সৰ সীমা, দৰমহাৰ সকলো চাকৰিৰ বিৱৰণ তলত চাব পাৰে:-

কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনত উপ-সঞ্চালকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Jan 2022 10:32 AM GMT


কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ বিষয়েঃ

কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন ( EPFO) হৈছে কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনৰ এটা আইনগত সংস্থা। EPFO-এ ভাৰতত ভৱিষ্যনিধিৰ ব্যৱস্থাপনা কৰে।

উপ-সঞ্চালক নিযুক্তিৰ বাবে EPFO-এ জাননী প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত আবেদন জনাব পাৰে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ


প্ৰাৰ্থীসকলে পদ, চাকৰিৰ স্থান, বয়সৰ সীমা, দৰমহাৰ সকলো চাকৰিৰ বিৱৰণ তলত চাব পাৰে:-

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

উপ-সঞ্চালক।

পদৰ সংখ্যা

১২ টা।

দৰমহা

মাহিলী ৬৭,৭০০ টকাৰ পৰা ২, ০৮,৭০০ টকা।

চাকৰিৰ স্থান

দিল্লী।

বয়সৰ সীমা

৫৬ বছৰ।

অন্তিম তাৰিখ

৪-০৩- ২০২২।

ৱেবছাইট

http://www.epfindia.gov.in/site_en/index.php


শিক্ষাগত অৰ্হতাঃ

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত এপ্লিকেচনচৰ স্নাতকোত্তৰ ডিগ্ৰী বা বিজ্ঞান (কম্পিউটাৰ ছায়েন্স বা আই টি)-ৰ স্নাতকোত্তৰ ডিগ্ৰী। অথবা কম্পিউটাৰ ছায়েন্স বা ইঞ্জিনীয়াৰিঙৰ বি ই।

তদুপৰি ন্যূনতম ৫ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ নিয়মঃ

আবেদন পত্ৰ Sh. Paritosh Kumar, Regional Provident Fund Commissioner-I(HRM), Bhavishya Nidhi Bhawan, 14 Bhikaiji Cama Place, New Delhi-110066-লৈ প্ৰেৰণ কৰিব পাৰে।


আৰু চাব পাৰে : শ্বিলং কমাৰ্চ কলেজ নিযুক্তি ২০২২: সহকাৰী অধ্যাপকৰ খালী পদ

Next Story
চাকৰি