কৰ্মচাৰীৰ ৰাজ্যিক বীমা নিগমত বীমাকৰণ স্বাস্থ্য বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ নাম : বীমাকৰণ স্বাস্থ্য বিষয়া
খালী পদৰ সংখ্যা : ০১
বয়স : ৪৫বছৰ
দৰমহা : ৫০,০০০টকা, মাহিলী
নিযুক্তিৰ স্থান : শ্বিলং, মেঘালয়
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২৬/১০/২০২১
শিক্ষাগত অৰ্হতা :
এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্তি বিশ্ববিদ্যালয়ৰ পৰা MBBS কৰা হ'ব লাগিব।
আবেদন প্ৰক্ৰিয়া :
• এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সমূহক আগন্তুক ২৬অক্টোবৰ5 ৩০২১ তাৰিখে, পুৱা ১০ - ১১বজাৰ পৰা, কাৰ্য্যালয় কক্ষ, প্ৰশাসনীয় মেডিকেল বিষয়া, ESI আঁচনি, নিম্ন লাচুমিয়েৰ, মেঘালয়, শ্বিলং - ৭৯৩০০১ত, অনুষ্ঠিত হ'ব লগীয়া সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনোৱা হ'ল।
• প্ৰাৰ্থী সকলক নিজৰ লগত প্ৰমাণিক আবেদন, সম্পূৰ্ণ বায়ডাটা শিক্ষাগত আৰু নিজ স্বাক্ষৰ যুক্ত বৃত্তিধাৰী প্ৰমাণপত্ৰ (প্ৰকৃত আৰু প্ৰতিলিপি), জন্মৰ প্ৰমাণ, জাতি মানপত্ৰ, মাৰ্কচিত, পাছপৰ্ট ফটো(২খন) আনিব লাগিব।