Begin typing your search above and press return to search.

গুৱাহাটীৰ ই এছ আই হাস্পতালত বিশেষজ্ঞ নিযুক্তি

গুৱাহাটীৰ বেলতলাস্থিত ই এছ আই মডেল হাস্পতালত নিম্নোক্ত পদত বিশেষজ্ঞ চিকিত্সক নিযুক্তিৰ বাবে মৌখিক সাক্ষাতকাৰ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।

গুৱাহাটীৰ ই এছ আই হাস্পতালত বিশেষজ্ঞ নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Jun 2021 12:51 PM GMT

পদঃ

পূৰ্ণকালীন সময়ৰ বিশেষজ্ঞ (Full Time Specialist) / অংশকালীন সময়ৰ বিশেষজ্ঞ( Part Time Specialist)।

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ মাহিলী ৪০ হেজাৰ টকাৰ পৰা ১,১০,০৯৫টকা।

বয়সৰ সীমাঃ সাক্ষাতকাৰৰ তাৰিখত ৪৫ বছৰতকৈ অদিক হব নালাগিব।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী এম বি বি এছ ডিগ্ৰীধাৰী হোৱাৰ লগতে স্নাতকোত্তৰ ডিগ্ৰী / ডি এন বি অথবা ডিপ্লমাধাৰী হব লাগিব। ডিপ্লমাৰ পাছত ন্যূনতম ৫ বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব। প্ৰাৰ্থীৰ ভাৰতীয় চিকিত্সা পৰিষদ বা ৰাজ্যিক চিকিত্সা পৰিষদত পঞ্জীয়ন থাকিব লাগিব।

সাক্ষাতকাৰঃ ২৪—৬-২০২১ৰ পুৱা ১১ বজাত Medical Superintendent, ESIC Model Hospital, Beltola, Guwahati-781022-ৰ কাৰ্যালয়ত মৌখিক সাক্ষাতকাৰ অনুষ্টিত হব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story