Begin typing your search above and press return to search.

ই এছ আই মডেল হাস্পতালত জ্যেষ্ঠ আৱাসিক চিকিত্সক নিযুক্তি

ই এছ আই চি মডেল হাস্পতালে জ্যেষ্ঠ আৱাসিক চিকিত্সক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ই এছ আই মডেল হাস্পতালত জ্যেষ্ঠ আৱাসিক চিকিত্সক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 July 2020 2:24 PM GMT

খালী পদৰ সংখ্যাঃ ৬টা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩৭ বছৰ। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়সৰ উৰ্ধসীমাৰ ক্ষেত্ৰত ৰেহাই পাব।

নিযুক্তিৰ স্থানঃ

অহা ১০ জুলাইত সাক্ষাতকাৰ অনুষ্ঠিত হ'ব।

সবিশেষ জানিবলৈ https://www.esic.nic.in/attachments/recruitmentfile/7bacdfa7d9ca6281fdeefaaf67bf8bdc.pdf চাওক।

Next Story
চাকৰি