বৰপেটা মেডিকেল কলেজত লেব'ৰেটৰী টেকনিচিয়ান নিযুক্তি

বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত লেব’ৰেটৰী টেকনিচিয়ান নিযুক্তিৰ বাবে সাক্ষাতকাৰ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।
বৰপেটা মেডিকেল কলেজত লেব'ৰেটৰী টেকনিচিয়ান নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ মাহিলী ১৮ হেজাৰ টকা।

বয়সৰ সীমাঃ ৩৫ বছৰ।

সাক্ষাতকাৰৰ তাৰিখঃ ২৯-০৬-২০২১।

নিযুক্তিৰ স্থানঃ বৰপেটা।

আবেদন প্ৰক্ৰিয়াঃ মৌখিক সাক্ষাতকাৰ।

ৱেবছাইটঃ https://www.faamcassam.co.in।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে দুবছৰীয়া ডি এম এলটি ডিপ্লমা থাকিব লাগিব। অভিজ্ঞতা থকা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পাব।

অহা ২৯ জুনত বৰপেটা মেডিকেল কলেজ হাস্পতালৰ মাইক্ৰবায়োলজী বিভাগত মৌখিক সাক্ষাতকাৰ অনুষ্ঠিত হব। সাক্ষাতকাৰলৈ অহা প্ৰমাণপত্ৰৰ মূল কপি লগত আনিব লাগিব।

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com