Begin typing your search above and press return to search.
সাৰ আৰু ৰাসায়নিক ট্ৰেভাঙ্কোৰ লিমিটেডত বিষয়াৰ পদখালী
পদৰ বিৱৰণ, অৰ্হতা, দৰমহা স্কেল তলত উল্লেখ কৰা হৈছে:-

সাৰ আৰু ৰাসায়নিক ট্ৰাভাঙ্কোৰ লিমিটেডে নিৰ্ধাৰিত ম্যাদত যোগ্য প্ৰাৰ্থীৰ পৰা নিম্নলিখিত পদলৈ আবেদন বিচাৰিছে ।
পদৰ নাম- বিষয়া ।
চাকৰিৰ স্থান- সমগ্ৰ ভাৰতত ।
খালী পদ-বিভিন্ন ।
বয়সসীমা-৩৫ বছৰ ।
আবেদনৰ অন্তিম তাৰিখ- ২০/১০/২০২১
শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীয়ে কোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা ডিপ্লোমা, ডিগ্ৰী, B.Sc, স্নাতকোত্তৰ সম্পূৰ্ণ কৰিব লাগিব ।
আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে ডিজিএম (এইচআৰ) আইআৰ, এইচআৰ বিভাগ, এফ.ই.ডি.ও. ভৱন, এফ.এ.চি.টি., উদযোগমণ্ডল, পিন – ৬৮৩৫০১ লৈ আৱেদন প্ৰপত্ৰ প্ৰেৰণ কৰিব লাগিব।
বাছনি প্ৰক্ৰিয়া-সাক্ষাৎকাৰ ।
Next Story