Begin typing your search above and press return to search.
বিষয়া নিযুক্তিৰ বাবে FACT-ৰ আবেদন আহ্বান
পদৰ বিৱৰণ, অৰ্হতা, দৰমহা স্কেল তলত উল্লেখ কৰা হৈছে:-

সাৰ আৰু ৰাসায়নিক ট্ৰাভাঙ্কোৰ লিমিটেড (Fertilizers and Chemicals Travancore Limited, FACT)-এ নিৰ্ধাৰিত প্ৰ-পত্ৰত প্ৰাৰ্থীৰ পৰা নিম্নলিখিত পদলৈ আবেদন বিচাৰিছে ।
পদৰ নাম- বিষয়া ।
চাকৰিৰ স্থান- সমগ্ৰ ভাৰতত ।
খালী পদ-বিভিন্ন ।
বয়সৰ সীমা-৩৫ বছৰ ।
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ২০/১০/২০২১।
শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীয়ে কোনো স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা ডিপ্লোমা, ডিগ্ৰী, বি এছ চি বা স্নাতকোত্তৰ সম্পূৰ্ণ কৰিব লাগিব ।
আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে DGM (HR) IR, HR Department, FEDO Building, FACT, Udyogamandal, PIN – 683 501-লৈ আবেদন প্ৰপত্ৰ প্ৰেৰণ কৰিব লাগিব।
বাছনি প্ৰক্ৰিয়া-সাক্ষাৎকাৰ ।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
Next Story