Begin typing your search above and press return to search.
ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত নিযুক্তি ২০২০

ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত নিযুক্তি ২০২০
পদৰ নাম -ৰিচাৰ্ছ চাইনটিষ্ট
পদৰ সংখ্যা -০১
দৰমহা- ৬৫০০০
অৰ্হতা - এম বি/ ডি এন বি মাইক্ৰবায়লজি
বয়স -২৫ ৰ পৰা ৪৫
কেনেদৰে আবেদন জনাব-- ইচ্ছুক প্ৰাৰ্থীয়ে তলৰ ঠিকনাত নথি পত্ৰ সমূহ প্ৰেৰণ কৰিব পাৰিব
অন্তিম তাৰিখ-০৯-০৬-২০২০
অধিক জানিবৰ বাবে : click here
Next Story