সহায়ক নিযুক্তিৰ বাবে নলবাৰী আদালতৰ আবেদন আহ্বান

উচ্চবৰ্গৰ সহায়ক নিযুক্তিৰ বাবে নলবাৰীৰ পৰিয়াল আদালতৰ প্ৰধান ন্যায়াধীশৰ কাৰ্যালয়ে আবেদন বিচাৰিছে।
সহায়ক নিযুক্তিৰ বাবে নলবাৰী আদালতৰ আবেদন আহ্বান
Published on: 

খালী পদৰ সংখ্যাঃ ১টা।

নিযুক্তিৰ স্থানঃ নলবাৰী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ অহা ২৬ জুনৰ বিয়লি চাৰি বজা।

সবিশেষ জানিবলৈ http://www.nalbarijudiciary.gov.in/Notice%20Board/notice_board_files/recruitment/2020/Advertisement%20for%20the%20Post%20of%20Superintendent%20and%20UDA,%20Family%20Court,%20Nalbari%2012-06-2020.pdf চাওক।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com