অসম কৃষি বিশ্ববিদ্যালয়ত ফিল্ড মেনৰ পদ খালী, শেহতীয়া চাকৰি

উপযুক্ত প্ৰাৰ্থী সকলক ফিল্ড মেনৰ খালী পদত নিযুক্তি
অসম কৃষি বিশ্ববিদ্যালয়ত ফিল্ড মেনৰ পদ খালী, শেহতীয়া চাকৰি
Published on

অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট নিজৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ প্ৰথমখন প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানৰ মূল উদ্দেশ্য কৃষি খণ্ডত সমগ্ৰ বিশ্বকে হচকিত কৰি তুলিব পৰা মানৱ সম্পদ গঢ়ি তোলা, আৰু লগতে পৰম্পৰাগত আৰু সীমান্ত, দুয়ো ক্ষেত্ৰতে উৎপাদন অনুকূলীকৰণ আৰু কৃষি ভিত্তি উন্নয়নৰ হেতু নতুন প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱন কৰা।

অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত পদখালী :

অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত, শেহতীয়া ভাৱে উপযুক্ত প্ৰাৰ্থী সকলক ফিল্ড মেনৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

ফিল্ড মেন

খালী পদৰ সংখ্যা

০২ (বঢ়াৰ সম্ভাৱনা আছে)

দৰমহা

১৪,০০০ - ৪৯,০০০/- টকা মাহিলী + জি.পি. ৮,৭০০/- টকা

বয়স

অধিকতম ৩৮বছৰ, ০১/০১/২০২১ৰ মতে

নিযুক্তিৰ স্থান

যোৰহাট, অসম 

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ

২০ নৱেম্বৰ ২০২১

ৱেবচাইট

 aau.ac.in

পদৰ ধৰণ

গিৰ্মিটিয়া

আবেদনৰ মাছুল

জেনেৰেল/ অ.বি.চি. ৩০০/- টকা

অনুসূচীত জনজাতি/ জাতি ১৫০/- টকা।

 মাছুলৰ সহ আৱেদন পত্ৰ দিব, আৰু তাত "Director, Cost of Cultivation Scheme, AAU, Jorhat" উল্লেখ কৰিব।

ফিল্ড মেনৰ পদৰ বাবে অৰ্হতা :

> চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিভাগত স্নাতোত্তৰ উত্তীৰ্ণ।

> নামী সংস্থানৰ পৰা PGDCA/ DCA।

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ নিৰ্ধাৰিত পাঠ্যৰ ৰূপত, স্বাক্ষৰ যুক্ত নথি পত্ৰ সহ নিৰ্দেশক, কৃষি আঁচনিৰ মূল্য, অসম, কৃষি বিশ্ববিদ্যালয় চৌহদ, যোৰহাট ১৩, অসম লৈ প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com