Begin typing your search above and press return to search.

খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমাত অধ্যক্ষ আৰু সদস্যৰ পদখালী

ইচ্ছুক প্ৰাৰ্থী সকলক আবেদন কৰিবৰ কাৰণে আমন্ত্ৰণ জনোৱা হ'ল।

খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমাত অধ্যক্ষ আৰু সদস্যৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Nov 2021 9:53 AM GMT

খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা কাৰ্য্য নিযুক্তি ২০২১ অধিসূচনা :

খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা কাৰ্য্যত ২৮গৰাকী অধ্যক্ষ আৰু সদস্যৰ নিযুক্তিৰ বাবে পদৰ বিজ্ঞাপন মুকলি কৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলক আবেদন কৰিবৰ কাৰণে আমন্ত্ৰণ জনোৱা হ'ল।

অন্তিম তাৰিখ : ১৫ দিন

• অধ্যক্ষ :

খালী পদৰ সংখ্যা : ১৫

কাৰ্য্যালয় হিচাপে নিযুক্তি :

- বৰপেটা ০১

- বঙাইগাঁও ০১

- ধেমাজি ০১

- দৰং ০১

- ডিমা হাছাও ০১

- ধুবুৰী ০১

- গোৱালপাৰা ০১

- গোলাঘাট ০১

- হাইলাকান্দি ০১

- কৰিমগঞ্জ ০১

- কাৰ্বি আংলং ০১

- লখিমপুৰ ০১

- তিনিচুকীয়া ০১

- মৰিগাঁও ০১

- ধেমাজি ০১

- শিৱসাগৰ ০১

অৰ্হতা : জিলা ন্যায়াধীশৰ অৰ্হতা থাকিব লাগিব।

• সদস্য :

খালী পদৰ সংখ্যা : ১৩

কাৰ্য্যালয় হিচাপে নিযুক্তি :

- কোকৰাঝাৰ ০১(পুৰুষ)

- কাৰ্বি আংলং ০১ (মহিলা)

- বঙাইগাঁও ০২(পুৰুষ, মহিলা)

- ধুবুৰী ০২(পুৰুষ, মহিলা)

- ডিমা হাছাও ০২(পুৰুষ, মহিলা)

- দৰং ০১(পুৰুষ)

- কৰিমগঞ্জ ০১(মহিলা)

- লখিমপুৰ ০২(পুৰুষ, মহিলা)

- হাইলাকান্দি ০১(মহিলা)

অৰ্হতা :

- ন্যূনতম বয়সঃ ৩৫বছৰ

- চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী। উপভোক্তা কাৰ্য্য, আইন, ৰাজহুৱা কাৰ্য্য, প্ৰশাসন, অৰ্থনীতি, বাণিজ্য, উদ্যোগ, পুঁজি, ব্যৱস্থাপনা, অভিযান্ত্ৰিক, কাৰিকৰী, সাৰ্বজনীন স্বাস্থ্য সন্ধনীয় বিশেষ জ্ঞান আৰু ১৫বছৰীয়া পেছাদাৰী অভিজ্ঞতা।

আবেদন প্ৰক্ৰিয়া : ইচ্ছুক প্ৰাৰ্থীয়ে খালী কাকতত নিজৰ আবেদন পত্ৰ লিখিত ৰূপত জমা কৰিব লাগিব। আবেদনত আবেদন কৰা পদ আৰু জিলাৰ বিষয়ে উল্লেখ কৰিব লাগিব। আবেদন সহ নিজৰ বায়ডাটা আৰু প্ৰয়োজনীয় নথি পত্ৰ বিজ্ঞাপন মুকলি হোৱা (২৮/১০/২০২১) ১৫দিনৰ ভিতৰত জমা কৰিব লাগিব।

ঠিকনা : সহযোগী সম্পাদক, ভাৰত চৰকাৰ, খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগ, গুৱাহাটী।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি