ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক সংস্থাৰ আবেদন আহ্বান

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক সংস্থাই নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷
ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক সংস্থাৰ আবেদন আহ্বান

পদসমূহঃ

সঞ্চালক(কাৰিকৰী), খালী পদৰ সংখ্যাঃ দুটা ৷

শিক্ষাগত অৰ্হতাঃ ৰসায়ন বিজ্ঞান/জীৱ-ৰসায়ন/খাদ্য প্ৰযুক্তিবিদ্যা বা খাদ্য বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব ৷

প্ৰধান প্ৰৱন্ধক, খালী পদৰ সংখ্যাঃ এটা ৷

শিক্ষাগত অৰ্হতাঃ সাংবাদিকতা/গণ সংযোগ/জন সম্পৰ্কৰ স্নাতকোত্তৰ ডিগ্ৰী বা মাৰ্কেটিঙৰ স্পেচিয়েলাইজেচনসহ এম বি এ হ'ব লাগিব ৷

মুখ্য কাৰিকৰী বিষয়া, খালী পদৰ সংখ্যাঃ চাৰিটা ৷

শিক্ষাগত অৰ্হতাঃ প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী অথবা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব ৷

বয়সৰ উৰ্ধসীমাঃ সৰ্বোচ্চ ৫০বছৰ ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com