Begin typing your search above and press return to search.

ভাৰতীয় প্ৰযু্তিবিদ্যা অনুষ্ঠান, গুৱাহাটীত, পদখালী

ভাৰতীয় প্ৰযু্তিবিদ্যা অনুষ্ঠান, গুৱাহাটীত, অভিযান্ত্ৰিক প্ৰকল্প সহকাৰীৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

ভাৰতীয় প্ৰযু্তিবিদ্যা অনুষ্ঠান, গুৱাহাটীত, পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Sep 2021 9:25 AM GMT

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : অভিযান্ত্ৰিক প্ৰকল্প সহকাৰী

খালী পদৰ সংখ্যা : ০১

দৰমহা : দৰমহা স্তৰ : ২৮,৫০০ - ১,৩৫০ - ৪২,০০০টকা

নিযুক্তিৰ স্থান : গুৱাহাটী, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৫/০৯/২০২১

প্ৰকল্পৰ বিষয় : খাদ্য আৰু ৰসায়ন উদ্যোগত মৃৎশিল্প আৱৰণৰ প্ৰয়োগ ( Application of ceramic membarane for food and chemical industry )


শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী অভিযান্ত্ৰিক/ ৰূপাঙ্কণ বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব।


আবেদন প্ৰক্ৰিয়া : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ (বায়ডাতা), সক্ৰিয় ফোন নম্বৰ আৰু ই- মেইল আৰু প্ৰয়োজনীয় নথি পত্ৰ মেইল যোগে প্ৰধান তদন্তকাৰী প্ৰফেছৰ সেণ্ঠিমুৰুগান ছাব্বিআহ, ৰাসায়নিক অভিযন্তা লৈ প্ৰেৰণ কৰিব লাগিব।

মেইল : senthilmurugan@iitg.ac.in

• আগৰে পৰা কৰ্মৰত বিষয়া সকলে নিজৰ NOC joma কৰাটো অনিবাৰ্য নতুবা তেওঁক সাক্ষাৎকাৰত বহিবলৈ দিয়া নহ'ব।


বাছনি প্ৰক্ৰিয়া :

• সাক্ষাৎকাৰ

• ১৭ ছেপ্টেম্বৰ ২০২১ তাৰিখে পুৱা ১১বজাৰ পৰা সাক্ষাৎকাৰ আৰম্ভ কৰা হ'ব আৰু এই প্ৰক্ৰিয়া গুগল মিট/ MS টিম যোগে অনুষ্ঠিত কৰা হ'ব।

• বাছনি কৰা প্ৰাৰ্থী সকলক ১৬ ছেপ্টেম্বৰ ২০২১ তাৰিখে, মেইল যোগে ইয়াৰ বিষয়ে অৱগত কৰোৱা হ'ব।

Next Story
চাকৰি