Begin typing your search above and press return to search.

গুৱাহাটী উচ্চ ন্যায়ালয়ত, পদখালী

গুৱাহাটী উচ্চ ন্যায়ালয়ত, আইনী মহৰীৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

গুৱাহাটী উচ্চ ন্যায়ালয়ত, পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Sep 2021 10:38 AM GMT

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : আইনী মহৰী

খালী পদৰ সংখ্যা : ১২

বয়স : অসংৰক্ষিত : ৪০বছৰ

OBC/ MOBC: ৪৩বছৰ

SC: ৪৫বছৰ

ST (P) & ST (H): ৪৫বছৰ

PwBD: ৫০বছৰ

দৰমহা : ২০,০০০ টকা, মাহিলী

নিযুক্তিৰ স্থান : গুৱাহাটী, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৬/০৯/২০২১

আবেদনৰ মাছুল : SC/ STP/ STH : ১৫০টকা

PWD: নিল

বাকী সমূহ : ৩০০টকা

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত গ্ৰেজুৱেট/ পোষ্ট গ্ৰেজুৱেট বা আইনত ডক্টৰেট ডিগ্ৰী লাভ কৰা হ'ব লাগিব।

আকাংক্ষিত : কোনো আইনী সংস্থানত কৰ্ম অভিজ্ঞ/ বিত্তিধাৰী অভিজ্ঞতা/ আইন জনিত বিষয়ত সাহিত্য ৰচনাৰ অভিজ্ঞ।

আবেদন প্ৰক্ৰিয়া : এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সমূহে অনলাইন যোগে নিজৰ আবেদন দাখিল কৰিব লাগিব।

এই আবেদন দাখিল কৰিবলৈ উল্লেখিত নিয়মাৱলী অনুকৰণ কৰিব লাগিব :

১. ৱেবচাইট খুলি, অলপ তললৈ গৈ প্ৰয়োজনীয় ৱেব - লিংক বিভাগলৈ যাওঁক।

২. "অনলাইন এপ্লিকেচন" বিকল্পত ক্লিক কৰক, তাৰ পাছত "নিউ ৰেজিষ্ট্ৰেচন"ত গৈ নিজৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

৩. "অনলাইন এপ্লিকেচন" বিকল্পত ক্লিক কৰক আৰু লগ ইন কৰক।

৪. প্ৰয়োজনীয় তথ্যসমূহ সমূৰ্ণ কৰি, উল্লেখিত নথি পত্ৰি আপলোড কৰক।

৫. বৈবিধ্য অনুসৰি আবেদন মাছুল আদায় কৰক।

৬. অৱশেষত আবেদন জমা কৰক, আৰু প্ৰিণ্ট কৰি আবেদন এটা কপি আপোনাৰ লগত ৰাখক।

Next Story
চাকৰি