অবন্তি ফেল্লোজ (Avanti Fellows), শ্বিলঙত পদখালী

অবন্তি ফেল্লোজ (Avanti Fellows), শ্বিলঙত পদখালী

অবন্তি ফেল্লোজ (Avanti Fellows), শ্বিলঙত, কাৰ্যসূচী কাৰ্যনিৰ্বাহৰ খালী পদত নিযুক্তিৰ বাবে আবেদন জনাইছে। এই পদক কৰ্মগত প্রাৰ্থিয়ে অবন্টি ফেল্লোজৰ দল, টাটা মতৰ্ছৰ দল আৰু নৱোদয় বিদ্যালয় সমিতিৰ আঞ্চলিক কাৰ্যালয়ত নিবিড়ভাবে কাম কৰিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰ জনোৱা হ'ল।
Published on

পদৰ বিশদ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : কাৰ্যসূচী কাৰ্যনিৰ্বাহৰ

দৰমহা : অভিজ্ঞতাৰ ওপৰত আধাৰিত

ঠিকনা : হাইদৰাবাদ, শ্বিলং আৰু পুণে

পদৰ প্ৰকাৰ : ব্যক্তিগত

অৰ্হতা : • এই পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা B.Sc/ M.Sc/ B.E/ B.Tech ডিগ্ৰীধাৰী হ'ব লাগিব।

অভিজ্ঞতা:

• প্ৰকল্প পৰিচালক আৰু গণ পৰিচালকৰ অভিজ্ঞতা থাকিব লাগিব।

• শিক্ষাগত স্থানত অভিজ্ঞ হ'ব লাগিব।

• জিলা আৰু ৰাজ্যিক স্তৰৰ শিক্ষাবিভাগৰ অফিচাৰৰ লগত কাম কৰা অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থিয়ে দৰকাৰী নথিপত্ৰৰ সৈতে নিজৰ আবেদন পত্ৰ দাখিল কৰিব পৰিব। আবেদন দাখিলৰ অন্তিম তাৰিখ বৰ্তমানলৈ ধাৰ্য্য কৰা নাই।

সাক্ষাৎকাৰৰ ওপৰত ভিত্তি কৰি উপযুক্ত প্ৰাৰ্থী বাছনি কৰা হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com