Begin typing your search above and press return to search.
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নত অধ্যয়ন প্ৰতিষ্ঠান (IASST), পদখালী
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা উন্নত অধ্যয়ন প্ৰতিষ্ঠান, প্ৰকল্প সহকাৰীৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন জনাইছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰ জনোৱা হ'ল।

পদৰ বিষয়, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
পদৰ নাম : প্ৰকল্প সহকাৰী
খালী পদৰ সংখ্যা : ০১
বয়স : ২৮বছৰ
দৰমহা : ২০,০০০টকা ( মাহিলী)
ঠিকনা : গুৱাহাটী, অসম
অন্তিম তাৰিখ : ১৯/০৯/২০২১
শিক্ষাগত অৰ্হতা : এই পদৰ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/ অনুষ্ঠানৰ পৰা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া :
ইচ্ছুক প্ৰাৰ্থিয়ে ৱেবছাইট জৰিয়তে প্ৰদান কৰা আবেদন পত্ৰ পূৰণ কৰি, উল্লেখিত নথি পত্ৰৰ সৈতে পুনৰ ৱেবচাইট লৈ ০৯/০২০২১ পৰা ১৯/০৯/২০২১তাৰিখত ভিতৰত প্ৰেৰণ কৰিব লাগিব।
Next Story