অসম কৃষি বিশ্ববিদ্যালয়ত, পদখালী

অসম কৃষি বিশ্ববিদ্যালয়ত, পদখালী

অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত, যুৱ বিত্তিধাৰীৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
Published on

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : যুৱ বিত্তিধাৰী ২

খালী পদৰ সংখ্যা : ০১

বয়স : বয়সৰ কোনো সীমাবদ্ধতা নাই

দৰমহা : ৩৫,০০০ টকা, মাহিলী

নিযুক্তিৰ স্থান : যোৰহাট, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৮/০৯/২০২১

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ৰেচমবিদ্যা বিষয়ত পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সমূহক অহা ১৮ ছেপ্টেম্বৰ তাৰিখে পুৱা ১০:০০ বজাৰ অনুষ্ঠিত হ'বলগীয়া সাক্ষাৎকাৰৰ বাবে উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ'ল।

সাক্ষাৎকাৰৰ অৱস্থান : মুখ্য অধ্যক্ষৰ কাৰ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।

সাক্ষাৎকাৰৰ বাবে অহা সকলো প্ৰাৰ্থীকে প্ৰয়োজনীয় নথি পত্ৰ ( প্ৰকৃত ) লগত আনিবলৈ অনুৰোধ জনোৱা হ'ল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com