Begin typing your search above and press return to search.
ফৰেণচিক বিজ্ঞান সঞ্চালকালয়ত কনিষ্ঠ সহায়ক নিযুক্তি
ফৰেণচিক বিজ্ঞান সঞ্চালকালয়ে কনিষ্ঠ সহায়ক(এল ডি এ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ০৪টা।
দৰমহাঃ ১৫ হেজাৰ টকাৰ পৰা ৪৯,০০০টকা আৰু ৮,৭০০টকাৰ গ্ৰেড পে।
বয়সৰ সীমাঃ ০১-০১-২০২০ত ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব।
নিযুক্তিৰ স্থানঃ গুৱাহাটী। আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৯-২০২০।
শিক্ষাগত অৰ্হতাঃ যিকোনো শাখাৰ স্নাতক ডিগ্ৰী। লগতে স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ন্যূনতম ছমাহৰ কম্পিউটাৰ ডিপ্লমা বা চাৰ্টিফিকেট থাকিব লাগিব। এম এছ উইণ্ডোজ, লিনাক্স, এম এ চি আদিৰ দৰে ব্যৱস্থাত কাম কৰিব পাৰিব লাগিব।
আবেদন নিয়মঃ আবেদন Director, Directorate of Forensic Science, Assam, Kahilipara, Guwahati-781029- এই ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।
Next Story