অসমৰ ফৰেণছিক বিজ্ঞান গৱেষণাগাৰত নিম্নবৰ্গৰ সহায়ক, আন পদ খালী

অসমৰ ফৰেণচিক বিজ্ঞান গৱেষণাগাৰে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অসমৰ ফৰেণছিক বিজ্ঞান গৱেষণাগাৰত নিম্নবৰ্গৰ সহায়ক, আন পদ খালী
Published on

পদসমূহঃ 

কনিষ্ঠ সহায়ক ( এল ডি এ)

খালী পদৰ সংখ্যাঃ ২ টা। 

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৬০, ৫০০ টকা আৰু ৬,২০০ টকাৰ গ্ৰেড পে।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্লাতক ডিগ্ৰী। লগতে কম্পিউটাৰৰ কাম জানিব লাগিব। 

চতুৰ্থবৰ্গৰ কৰ্মচাৰী (লেব বীয়েৰাৰ, এটেণ্ডেণ্ট)

খালী পদৰ সংখ্যা ঃ চাৰিটা। 

দৰমহাঃ মাহিলী ১২ হেজাৰ টকাৰ পৰা ৫২, ০০০ টকা আৰু ৩,৯০০ টকাৰ গ্ৰেড পে।

শিক্ষাগত অৰ্হতাঃ অষ্টম শ্ৰেণীলৈ অধ্যয়ন কৰা।

ৰান্ধনি

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ মাহিলী ১২ হেজাৰ টকাৰ পৰা ৫২, ০০০ টকা আৰু ৩,৯০০ টকাৰ গ্ৰেড পে।

শিক্ষাগত অৰ্হতাঃ অষ্টম শ্ৰেণীলৈ অধ্যয়ন কৰা। লগতে প্ৰতিষ্ঠিত হোটেল বা ৰেস্তোঁৰাত কাম কৰা হব লাগিব। 

আবেদন গ্ৰহণৰ শেষ তাৰিখ ঃ ১২-১০-২০২১।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

ৱেবছাইটঃ www.forensic.assam.gov.in 

বয়সৰ সীমাঃ ০১-০১-২০২১ত ১৮ ৰ পৰা ৪০ বছৰ। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com