Begin typing your search above and press return to search.

বন বিভাগত বিভিন্ন পদত নিযুক্তি ২০২০

forest department

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Jun 2020 6:13 AM GMT

বন বিভাগত বিভিন্ন পদত নিযুক্তি ২০২০

অসমৰ বন বিভাগৰ বিভিন্ন পদ খালী। হৈছে ।

১)পদৰ নাম - ফৰেষ্টাৰ

পদৰ সংখ্যা -১৪৪

দৰমহা- ১৪,০০০ ৰ পৰা ৬০,৫০০

অৰ্হতা- স্নাতক

২) পদৰ নাম -ষ্টেনগ্ৰাফাৰ গ্ৰেড ২

পদৰ সংখ্যা -০২

দৰমহা- ১৪,০০০ ৰ পৰা ৬০,৫০০

অৰ্হতা - স্নাতক

৩)পদৰ নাম - ফৰেষ্ট গাৰ্ড

পদৰ সংখ্যা - ৮১২

দৰমহা- ১৪,০০০ ৰ পৰা ৬০৫০০

অৰ্হতা - উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ

৪) পদৰ নাম - চাৰ্ভিয়ৰ

পদৰ সংখ্যা - ৩৫

দৰমহা- ১৪,০০০ ৰ পৰা ৬০,৫০০

অৰ্হতা - দশম শ্ৰেণীত উৰ্ত্তীণ

৫) পদৰ নাম-মাহুত

পদৰ সংখ্যা- ২৮

দৰমহা- ১৪,০০০ ৰ পৰা ৬০,৫০০

অৰ্হতা- অষ্টম শ্ৰেণীত উৰ্ত্তীণ

৬) পদৰ নাম -কাৰ্পেন্টাৰ

পদৰ সংখ্যা - ০১

দৰমহা- ১৪,০০০ ৰ পৰা ৬০,৫০০

অৰ্হতা - দশম শ্ৰেণীত উৰ্ত্তীণ

৭) পদৰ নাম - ড্ৰাইভাৰ ।

পদৰ সংখ্যা -৫০

দৰমহা- ১৪,০০০ ৰ পৰা ৬০,৫০০

অৰ্হতা - দশম শ্ৰেণীত উৰ্ত্তীণ

অন্তিম তাৰিখ - ২৫-০৬-২০২০

অধিক জানিবৰ বাবে : click here

Next Story
চাকৰি