Begin typing your search above and press return to search.

DSC পশ্চিম জয়ন্তীয়া পাহাৰীয়া জিলাত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পদ খালী

জিলা বাছনি কমিটি, পশ্চিম জয়ন্তীয়া পাহাৰীয়া জিলাত, জোৱাইত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচৰা হৈছে।

DSC পশ্চিম জয়ন্তীয়া পাহাৰীয়া জিলাত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Dec 2021 1:39 PM GMT

পশ্চিম জয়ন্তীয়া পাহাৰীয়া জিলা :

পশ্চিম জয়ন্তীয়া পাহাৰীয়া জিলা হৈছে মেঘালয় ৰাজ্যৰ ১১খন জিলাৰ মাজৰ এখন। এই জিলা স্থাপনা কৰা হৈছিল ৩১ জুলাই ২০২১ তাৰিখে, মুখ্য কাৰ্যালয় জোৱাই জিচাপে। এই জিলাৰ বৰ্গ ক্ষেত্ৰ হৈছে ১৫৩৯ কিলো মিটাৰ। আৰু জনসংখ্যা ১৫৯. ৬৯ প্ৰতি বৰ্গত, ইয়াৰ মাজত পুৰুষৰ সংখ্যা ১,৩৪,৪০৬ আৰু মহিলা ১,৩৫,৯৪৬ গৰাকী।

DSC পশ্চিম জয়ন্তীয়া পাহাৰীয়া জিলাত পদ খালী :

জিলা বাছনি কমিটি, পশ্চিম জয়ন্তীয়া পাহাৰীয়া জিলাত, জোৱাইত শেহতীয়া ভাৱে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে।

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

চতুৰ্থী শ্ৰেণী

খালী পদ

৯২

দৰমহা

দৰমহা স্তৰ ১

অন্তিম তাৰিখ

২২/১২/২০২১

আৱেদন মাছুল

১০০/- টকা

আৱেদন প্ৰক্ৰিয়া

অনলাইন



শিক্ষাগত অৰ্হতা :

ইচ্ছুক প্ৰাৰ্থী চতুৰ্থী শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে DSC পশ্চিম জয়ন্তীয়া পাহাৰীয়া জিলাৰ অফিচিয়েল ৱেবচাইট যোগে আৱেদন দাখিল কৰিব পৰিব।

ৱেবছাইট :

অনলাইন যোগে আৱেদন দাখিল কৰাৰ সময়ত প্ৰাৰ্থী সকলে নিজৰ শেহতীয়া ৰঙীন পাছপৰ্ট ফটো (ফটোৰ তলত স্বাক্ষৰ কৰিব) আৰু লগতে ১০০/- টকাৰ আৱেদন মাছুল পৰিশোধ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ


আৰু পঢ়ক : APSC, নিযুক্তি ২০২১: ৫০ ষ্টেনোগ্ৰাফাৰ, জিলা ক্ৰীড়া বিষয়াৰ পদখালী


Next Story
চাকৰি